Assam

কন্যকা ৰ আৰ্হিৰে কৰ্ম বিপ্লৱৰ সূচনা । শদিয়াৰ বিধায়কে কৰে কন্যকা পৰিদৰ্শন ৷

"স্বাৱলম্বী আৰু স্বনিৰ্ভৰশীল হবলৈ একমাত্ৰ উপায় কৰ্মসংস্কৃতি "

কন্যকা ৰ আৰ্হিৰে কৰ্ম বিপ্লৱৰ সূচনা । সেই উদ্দেশ্যেৰে কন্যকা ৰ অন্তৰ্গত উদ্যোগ আৰু প্ৰকল্প সমূহ দৰ্শন কৰিবলৈ বৃহস্পতিবাৰে শদিয়াৰ বিধায়ক বলীন চেতিয়া উপস্থিত হয় শদিয়াৰ কিছুসংখ্যক যুৱকৰ সৈতে ।
সদিয়াৰ বিধায়কজনৰ সৈতে অহা যুৱককেইজনক চতিয়াৰ বিধায়কগৰাকীয়ে সংগ দি কন্যকা দৰ্শনৰ কৰোৱায় ৷ “স্বাৱলম্বী আৰু স্বনিৰ্ভৰশীল হবলৈ একমাত্ৰ উপায় কৰ্মসংস্কৃতি । কৰ্ম সংস্কৃতিৰ জৰিয়তে আমাৰ নিবনুৱা সকলক, আমাৰ নাৰী সকলক স্বাৱলম্বী কৰিব পাৰিলেহে আমাৰ সমাজখন আত্মনিৰ্ভৰশীল হব । আমাৰ সম্পদ আৰু সম্ভাৱনা সমূহৰ জৰিয়তে আমি এক শক্তিশালী অৰ্থনীতি গঢ়িব পাৰিম যদিহে আমাৰ মাজত সদিচ্ছা থাকে ৷” এইদৰেই চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই মন্তব্য কৰি যুৱকসকলক উৎসাহিত কৰে ৷

Leave your vote

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button

Log In

Or with username:

Forgot password?

Don't have an account? Register

Forgot password?

Enter your account data and we will send you a link to reset your password.

Your password reset link appears to be invalid or expired.

Log in

Privacy Policy

Add to Collection

No Collections

Here you'll find all collections you've created before.

Close
Close