Assam

চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাজু কৰি তোলা হৈছে কোৱাৰন্টাইন শিৱিৰ।

চতিয়াৰ কোৱাৰেন্টিন শিৱিৰ পৰিদৰ্শন চতিয়া আৰু বিশ্বনাথ সমষ্টিৰ বিধায়কদ্বয় সহিতে বিশ্বনাথ জিলা উপায়ুক্তৰ

বহিঃৰাজ্যৰ পৰা অহা লোক সকলক কাৱাৰেন্টিন কৰাৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰায় সকলো প্ৰান্ততে নিৰ্মাণ কৰা হৈছে কোৱাৰেন্টিন শিৱিৰ। তাৰ ফল স্বৰূপে বিশ্বনাথ জিলাৰ চতিয়াতো দুটা ভিন্ন স্থানত নিৰ্মাণ কৰা হৈছে কোৱাৰেন্টিন শিৱিৰ। ইয়াৰে চতিয়া অঞ্চলৰ মাজ মজিয়াত স্থিত চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়কো কোৱাৰেন্টিন শিৱিৰলৈ পৰিণত কৰা হৈছে আৰু সম্প্ৰতি ইয়াত চতিয়াৰ ভিন্ন অঞ্চলৰ ১৬ গৰাকীকৈ লোকক কোৱাৰেন্টিন কৰি ৰখা হৈছে।

আজি দিনৰ ভাগত চতিয়া সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা, বিশ্বনাথ সমষ্টিৰ বিধায়ক শ্ৰীযুত প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত শ্ৰীযুত ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়াৰ লগতে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া, পঞ্চায়ত প্ৰতিনিধি সহিতে জনস্বাস্থ্য কাৰীকৰি বিভাগৰ কিছু সংখ্যক কৰ্মচাৰীয়ে পৰিদৰ্শন কৰিছে শিৱিৰটো। উল্লেখ্য যে ২ গৰাকী শিশুৰ লগতে ১১ গৰাকী পুৰুষ আৰু ৩ গৰাকী মহিলা চতিয়াৰ এই শিৱিৰটোত কোৱাৰেন্টিন হৈ আছে।

Leave your vote

Prakash Gogoi

A graduate in computer science he is well capable of handling any media and text over the internet with conceptual writing. He is our in desk Editor

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button

Log In

Or with username:

Forgot password?

Don't have an account? Register

Forgot password?

Enter your account data and we will send you a link to reset your password.

Your password reset link appears to be invalid or expired.

Log in

Privacy Policy

Add to Collection

No Collections

Here you'll find all collections you've created before.

Close
Close