Assam

অসমলৈ উভতি আহিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ৷

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা মুম্বাইত আৱদ্ধ হৈ আছিল শিল্পীজন ৷

অসমলৈ উভতিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিনগাৰ্গ । এই বৰ্ষৰ মাৰ্চ মাহৰ পৰা মুম্বাইত আৱদ্ধ হৈ আছিল শিল্পীজন । লকডাউনৰ মাজতে মুম্বাইৰ পৰা বাছেৰে যাত্ৰা আৰম্ভ কৰিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ।২৭০০ কি. মি . এই দীঘলীয়া যাত্ৰাত হিয়াৰ আমঠু শিল্পীজনৰ সৈতে তেখেতৰ পত্নীও আছে । লগত আছে অন্য দুজন সহযোগী ।

” নিজৰ ঘৰৰ নিচিনা মই কতো নাই , এতিয়া মই ওভতনি যাত্ৰা পথত । সকলো ঘৰত থাকক , কুশলে থাকক । নিজৰ ফেচবুক পেজত এখন ফটোৰ সৈতে এইদৰে মন্তব্য আগবঢ়াই জুবিন গাৰ্গে ।

গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালৰ পৰা আৰোগ্য হৈ যোৱা মাৰ্চ মাহত মুম্বাইলৈ যাত্ৰা কৰিছিল শিল্পীগৰাকীয়ে । এটা বিশেষ অনুস্থানৰ মাজতে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ আৰু তেখেতক লগতে হস্পিতালত ভৰ্তি কৰোৱা হৈছিল । মৰমৰ শিল্পীজন অসমলৈ ঘূৰি অহাৰ বাৰ্তা লাভ কৰি সকলো অনুৰাগী উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ।

Leave your vote

Indunibhanan Phukan

Indunibhanan Phukan hailed from dhakuakhana North Lakhimpur with Master's in Assamese Interested in Drama, music, literature. He is our Editor in Chief

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button

Log In

Or with username:

Forgot password?

Don't have an account? Register

Forgot password?

Enter your account data and we will send you a link to reset your password.

Your password reset link appears to be invalid or expired.

Log in

Privacy Policy

Add to Collection

No Collections

Here you'll find all collections you've created before.

Close
Close